📌"নতুন প্ৰজন্মই বায়ুসেনাত যোগদান কৰিবলৈ আগ্ৰহী হ'ব"
📌"এয়াৰ শ্ব'ৰ দ্বাৰা জনতাই দেখিব বায়ুসেনাৰ পৰাক্ৰম"
📌৯ নৱেম্বৰত গুৱাহাটীৰ লাচিত ঘাটত প্ৰদৰ্শন হ'ব বায়ুসেনাৰ এয়াৰ শ্ব'৷
📌এয়াৰ শ্ব'ৰ পূৰ্বে লাচিত ঘাটত বায়ুসেনাৰ অনুশীলন৷
#Airshow2025 #airshow #IAF #guwahati